লেছেৰি

আখৰ কীবৰ্ড Aakhor Keyboard

 

প্লেষ্টৰত উপলভ্য হ’ল এণ্ডৰইডৰ বাবে এখন ইনষ্ক্ৰিপ্ট আৰ্হিৰ অসমীয়া কী-বৰ্ড আখৰ অসমীয়া কী-বৰ্ড৷ কী-বৰ্ডখন প্লে ষ্ট′ৰৰ পৰা ডাউনলোড কৰিব পাৰিব৷ প্ৰতীকটো আঁকি দিয়া বাবে নয়ন জ্যোতি নাথলৈ আন্তৰিক কৃতজ্ঞতা৷

কী-বৰ্ডখন প্লেষ্ট′ৰৰ পৰা তলৰ লিংকৰ জৰিয়তে ইনষ্টল কৰিব পাৰিব৷
প্লে ষ্টৰৰ লিংক