লেছেৰি

অসমৰ ১০ বিধ বনজ প্ৰাণীকুলৰ বৈজ্ঞানিক নাম

 


অসমৰ ১০ বিধ বনজ প্ৰাণীকুলৰ বৈজ্ঞানিক নাম:

১) বান্দৰ
Assam macaque
Macaca assamensis
২) কেৰ্কেটুৱা
Squirrel
Funambulus pennantii
৩) জাতি নেউল
Indian Grey Mongoose
Urva edwardsii
৪) ঘৰ শালিকা
Common Myna
Acridotheres tristis
৫) কপৌ চৰাই
Spotted Dove
Spilopelia chinensis
৬) মচোৱা গোম সাপ
Indian Rat Snake
Ptyas mucosa
৭) ধুন্দুলী ফেঁটী
Copperhead Rat Snake
Coelognathus radiatus
৮) গুই
Common Indian Monitor
Varanus bengalensis
৯) বাদুলি
Indian Flying Fox
Pteropus medius
১০) বতা চৰাই
Common Quail
Coturnix coturnix