লেছেৰি
এডালি দুডালি লেছেৰি বুটলি ...
আজি
,
বাৰ
!doctype>
কুইজ
শিতানসমূহ:
বুৰঞ্জী
সাহিত্য
খেল
ভূগোল
বিবিধ
...
১.
পৃথিৱীৰ মুঠ মহাদেশ কেইখন?
৭খন
৫খন
...
...
২.
পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি?
আফ্ৰিকা
এচিয়া
...
...
৩.
পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি?
ওচেনিয়া
ইউৰোপ
...
...
৪.
পৃথিৱীৰ মুঠ দেশ কেইখন?
১৮৬ খন
২০৬ খন
...
...
৫.
পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?
আমেৰিকা
ৰাছিয়া
...
...
৬.
পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি?
জাপান
ভেটিকান
...
...
৭.
পৃথিৱীৰ মুঠ মহাসাগৰ কেইখন?
৭খন
৫খন
...
...
৮.
পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?
প্ৰশান্ত মহাসাগৰ
আটলাণ্টিক মহাসাগৰ
...
...
৯.
পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি?
উত্তৰ মহাসাগৰ
ভাৰত মহাসাগৰ
...
...
১০.
পৃথিৱীৰ মুধচ বুলি কাক কোৱা হয়?
মাউণ্ট এভাৰেষ্ট
পামিৰ মালভূমি
...
পূৰ্বৱতী পৃষ্ঠা
পৰৱৰ্তী পৃষ্ঠা
বেটুপাত
Privacy
|
Contact
© দিব্য দত্তৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত