লেছেৰি
এডালি দুডালি লেছেৰি বুটলি ...
আজি
,
বাৰ
!doctype>
কুইজ
শিতানসমূহ:
বুৰঞ্জী
সাহিত্য
খেল
ভূগোল
বিবিধ
...
১.
অলিম্পিক খেলৰ জন্ম ক'ত হৈছিল?
টকিঅ'
অলিম্পিয়া
...
...
২.
কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে?
৭জন
৫জন
...
...
৩.
ৰঞ্জী ট্ৰফি কি খেলৰ লগত জড়িত?
ফুটবল
ক্ৰিকেট
...
...
৪.
মহাকাশত খেলা প্ৰথম খেলবিধ কি?
দবা
লুডু
...
...
৫.
পৃথিৱীৰ দ্ৰুততম মানৱ কোন?
ৰবাৰ্ট ফ্লেপ্স
ওছেইন বল্ট
...
...
৬.
ফুটবল খেলৰ দুটা গ’ল পোষ্টৰ মাজত দূৰত্ব কিমান?
৮ গজ
৭ গজ
...
...
৭.
বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল?
১৯৩০ চনত
১৯২৫ চনত
...
...
৮.
বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা কোন চনত আৰম্ভ হৈছিল?
১৯৪৫ চনত
১৯৭৫ চনত
...
...
৯.
এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়া খেলুৱৈ কোন?
ভোগেশ্বৰ বৰুৱা
দিপাংকৰ ভট্টাচাৰ্য
...
...
১০.
হকীৰ যাদুকৰ বুলি কাক কোৱা হয়?
চৰণজিৎ সিং
ধ্যান চান্দ
...
পূৰ্বৱতী পৃষ্ঠা
পৰৱৰ্তী পৃষ্ঠা
বেটুপাত
Privacy
|
Contact
© দিব্য দত্তৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত