লেছেৰি

অসমত পোৱা ১০ বিধ নগৰৰ উদ্ভিদকুলৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম

 

অসমত পোৱা ১০ বিধ নগৰৰ উদ্ভিদকুলৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম:

১) কৃষ্ণচুড়া
Royal Poinciana
Delonix regia
২) বকুল
Spanish Cherry
Mimusops elengi
৩) মামৈ তামুল
Areca Palm
Dypsis lutescens
৪) দেৱদাৰু
False Ashoka
Monoon longifolium
৫) ৰাঙল ফুল
West Indian Jasmine
Ixora coccinea
৬) জৱা ফুল
Chinese Hibiscus
Hibiscus rosa-sinensis
৭) স্থল পদ্ম
Confederate Rose
Hibiscus mutabilis
৮) কৰবী
Yellow Oleander
Cascabela thevetia
৯) নিয়ৰমালতী
Flamevine
Pyrostegia venusta
১০) পাতবাহাৰ
Garden Croton
Codiaeum variegatum
− − ✽ − −