লেছেৰি

অসমত পোৱা ১০ বিধ ঘৰুৱাভাবে পালিত জীৱ বৈচিত্ৰ্যৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম

 

অসমত পোৱা ১০ বিধ ঘৰুৱাভাবে পালিত জীৱ বৈচিত্ৰ্যৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম:
১) কল
Banana
Musa
২) আমলখি
Indian Gooseberry
Phyllanthus emblica
৩) আদা
Ginger
Zingiber officinale
৪) হালধি
Turmeric
Curcuma longa
৫) তুলসী
Holy Basil
Ocimum tenuiflorum
৬) এজাৰ
Pride of India
Lagerstroemia speciosa
৭) নাহৰ
Ceylon Ironwood
Mesua ferrea
৮) গোলাপ
Rose
Rosa
৯) তগৰ
Gardenia
Gardenia jasminoides
১০) নাৰ্জি
Marigold
Tagetes
✰✰✰