লেছেৰি

অসমত পোৱা ১০ বিধ নগৰৰ প্ৰাণীকুলৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম

 

অসমত পোৱা ১০ বিধ নগৰৰ প্ৰাণীকুলৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম:


১) কাউৰী

Indian jungle crow

Corvus culminatus

২) ঘৰ শালিকা

Common Myna

Acridotheres tristis

৩) বান্দৰ

Assam macaque

Macaca assamensis

৪) কেৰ্কেটুৱা

Squirrel

Funambulus pennantii

৫) কুকুৰ

Dog

Canis familiaris

৬) মেকুৰী

Cat

Felis catus

৭) ছাগলী

Goat

Capra hircus

৮) জেঠী

Common House Gecko

Hemidactylus frenatus

৯) পঁইতাচোৰা

American Cockroach

Periplaneta americana

১০) মাখি

Housefly

Musca domestica

− − ✽ − −