লেছেৰি

অসমত পোৱা ১০ বিধ জল নিৰ্ভৰ প্ৰাণী কুলৰ বৈজ্ঞানিক নাম

 


অসমত পোৱা ১০ বিধ জল নিৰ্ভৰ প্ৰাণী কুলৰ বৈজ্ঞানিক নাম ⵓ
১) উদ
Common Otter
Lutra lutra
২) পুঠি
Rosy Barb
Puntius conchonius
৩) গৰৈ
Green Snakehead
Channa punctatus
৪) পানী কাউৰী
Little Cormorant
Microcarbo niger
৫) ডাউক
White-breasted Waterhen
Amaurornis phoenicurus
৬) মাছৰোকা
Kingfisher
Halcyon smyrnensis
৭) কণামুছৰি
Indian Pond Heron
Ardeola grayii
৮) দুৰা কাছ
Assam Roofed Turtle
Pangshura sylhetensis
৯) কেঁকোৰা
Crabs
Brachyura
১০) মিছামাছ
Prawns
Dendrobranchiata