লেছেৰি

অসমত পোৱা ১০ বিধ ঘৰুৱাভাবে পালিত জীৱকুলৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম

অসমত পোৱা ১০ বিধ ঘৰুৱাভাবে পালিত জীৱকুলৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম:
১) আমৰ’লীয়া হাঁহ
Mallard
Anas platyrhynchos
২) কুকুৰা
Chicken
Gallus gallus domesticus
৩) পাৰ
Domestic Pigeon
Columba livia domestica
৪) ৰাজহাঁহ
Common Swan
Cygnus cygnus
৫) গৰু
Cattle
Bos taurus
৬) ছাগলী
Goat
Capra hircus
৭) কুকুৰ
Dog
Canis familiaris
৮) মেকুৰী
Cat
Felis catus
৯) ৰৌ মাছ
Rohu
Labeo rohita
১০) মাগুৰ মাছ
Walking catfish
Clarias batrachus
✫✫✫