লেছেৰি

অভিভাৱকৰ সংকল্প : Oath for Parents

 Oath for Parents:

✪ This is our school.

✪ We shall send our children to school every day.

✪ We shall send our children to school neat and tidy.

✪ We take the outh to help our children grown as responsible citizens of our country.


অভিভাৱকৰ সংকল্প:

✪ এইখন আমাৰ বিদ্যালয়।

✪ আমি আমাৰ শিশুসকলক সদায় বিদ্যালয়লৈ পঠিয়াম।

✪ আমি আমাৰ শিশুসকলক পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি বিদ্যালয়লৈ পঠিয়াম।

✪ আমি আমাৰ শিশুসকলক দেশৰ দায়িত্বশীল নাগৰিক হিচাপে গঢ় লোৱাত সহায় কৰিবলৈ সংকল্প ললোঁ।

❄❄❄❄❄