Oath for SMC members:
✪ This is our school.
✪ We shall extend our support for the development of the school.
✪ We shall monitor the proper functioning of the school.
✪ We shall prepare School Development Plan (SDP) and ensure effective implementation of the same.
✪ We shall keep our school neat and tidy.
✪ We take oath that we shall participate every activity of the school for welfare of the students.
পৰিচালনা সমিতিৰ সদস্যসকলৰ সংকল্প:
✪ এইখন আমাৰ বিদ্যালয়।
✪ আমি বিদ্যালয়খনৰ বিকাশৰ বাবে আমাৰ সমৰ্থন আগবঢ়াব।
✪ আমি বিদ্যালয়খনৰ সঠিক কাৰ্যকলাপ নিৰীক্ষণ কৰিম।
✪ আমি বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিম আৰু ইয়াৰ কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰিম।
✪ আমি আমাৰ বিদ্যালয়খন পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিম।
✪ আমি শিক্ষাৰ্থীসকলৰ কল্যাণৰ অৰ্থে বিদ্যালয়ৰ প্ৰতিটো কাৰ্যকলাপত অংশগ্ৰহণ কৰিম বুলি সংকল্প ললোঁ।
❂❂❂❂❂