লেছেৰি

ঢ় - অসমীয়া সাঁথৰ, ডাকৰ বচন, মহৎ লোকৰ বাণী “ঢ়”

 ❂ ফকৰা যোজনাঃ
পঢ়ায়, পঢ়ে, ৰোৱে পাণ
এই তিনিয়ে নিচিন্তে আন

❂ সাঁথৰঃ
* বাঢ়ে প্ৰতিদিনে
   নকমে কোনো দিনে
উত্তৰ: বয়স
* খায় মূঢ়া মূঢ়ি
   হাগে চূণ গুড়ি
উত্তৰ: জুই

❂ মহৎ লোকৰ বাণীঃ
যেতিয়ালৈকে সপোনৰ ঠাই অনুশোচনাই অধিকাৰ নকৰে তেতিয়ালৈকে মানুহ এজন বুঢ়া নহয়।
          - জন বেৰীম’ৰ

ধন্যবাদ!
✾✾ ✾✾
সমলটোত ব্যৱহৃত ছবি আৰু তথ্যসমূহ ইংৰাজী আৰু অসমীয়া ৱিকিপিডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।
✾✾ ✾✾