❂ ফকৰা যোজনাঃ
পঢ়ায়, পঢ়ে, ৰোৱে পাণ
এই তিনিয়ে নিচিন্তে আন
জয় কালত ভয় নাই
মৰণ কালত ঔষধ নাই
❂ সাঁথৰঃ
* খায় মূঢ়া মূঢ়ি
হাগে চূণ গুড়ি
উত্তৰ: জুই
* খায় গুটি, বাকলি নাই
আছে গুটি, দেশত নাই
উত্তৰ: শিলাবৃষ্টিৰ শিল
❂ মহৎ লোকৰ বাণীঃ
ইচ্ছা কৰিলে পৃথিৱীৰ যিকোনো মানুহেই ভয়ক জয় কৰিব পাৰে৷
- ডেল কাৰ্নেগী
ধন্যবাদ!
✾✾ ✾✾
সমলটোত ব্যৱহৃত ছবি আৰু তথ্যসমূহ ইংৰাজী আৰু অসমীয়া ৱিকিপিডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।
✾✾ ✾✾