লেছেৰি

ইউনিক’ডত উপলব্ধ দহখন মনোৰম অসমীয়া উপন্যাস

ইউনিক’ডত উপলব্ধ দহখন মনোৰম অসমীয়া উপন্যাস, ৱিকিউৎসত বিনামূলীয়াকৈ পঢ়ক আৰু ডাউনলোড কৰক :
১) মিৰি-জীয়ৰী : লেখক - ৰজনীকান্ত বৰদলৈ
অনলাইন পঢ়ক :

২) পদুম কুঁৱৰী : লক্ষ্মীনাথ বেজবৰুৱা
অনলাইন পঢ়ক : https://w.wiki/4wpy

৩) ভানুমতী : পদ্মনাথ গোহাঞিবৰুৱা
অনলাইন পঢ়ক : https://as.wikisource.org/?curid=2044

৪) মনোমতী : ৰজনীকান্ত বৰদলৈ
অনলাইন পঢ়ক : https://w.wiki/59a

৫) লাহৰী : পদ্মনাথ গোহাঞিবৰুৱা
অনলাইন পঢ়ক : https://w.wiki/4wq4

৬) হত্যাকাৰী কোন : দণ্ডিনাথ কলিতা
অনলাইন পঢ়ক : https://w.wiki/3vni

৭) সুধৰ্ম্মাৰ উপাখ্যান : পদ্মাৱতী দেৱী ফুকননী
অনলাইন পঢ়ক : https://w.wiki/MuG

৮) ফকৰাৰ থুন্‌পাক : ৰেণু মহন্ত
অনলাইন পঢ়ক : https://w.wiki/3e9G

৯) ৰ’দ জিলমিল : জীৱন মাধুৰী নেওগ বৰা
অনলাইন পঢ়ক : https://w.wiki/35J5

১০) বাৰাংগণাৰ জুপুৰি : পৰী পাৰবীন
অনলাইন পঢ়ক : https://w.wiki/3zUq